1. Talk about past
তেওঁ অতীতৰ কথা বোৰ কোৱা আৰম্ভ কৰিব । তেওঁ কব আপোনাৰ লগত কটোৱা সময় বোৰৰ কথা। সেই দিনবোৰ কিমান ভাল লগা আছিল আদি কথা বোৰ কোৱা আৰম্ভ কৰিব
2. They declare their availability
নিজৰ উপব্ধতা প্ৰকাশ কৰিব। তেওঁ কব আজি কালি তেওঁ কিমান bore হৈছে, তেওঁৰ একয়ে ভাল নলগা হৈছে। আজি কালি তেওঁ কিমান অকলশৰীয়া অনুভব কৰে আদি
3. Message or call by mistake .
ভুলতে মেচেজ বা কল কৰি conversation start কৰা এটি সহজ উপাই। মানুহে এনেকুৱা তেতিয়া কৰে যেতিয়া কাৰোবাৰ লগত কথা হব বহুত মন কৰে কিন্তু আগতে হৈ যোৱা কিছুমান ঘনটনাৰ বাবে লাজতে direct call বা message কৰিব নোৱাৰে।
4. Criticize your new friend or partner
তেওঁ আপোনাৰ নতুন বন্ধু বা patner ৰ বিষয়ে criticize কৰা আৰম্ভ কৰিব। বৰ্তমান আপোনাৰ patner জন আপোনাৰ কৈ কিমান পৃথক আপুনি এইতকৈ বেছি ভাল deserve কৰে এইবোৰ কথা কোৱা আৰম্ভ কৰিব।
5. Drunk call or message
নিচা কৰি মানুহে কেৱল সেই জন মানুহকে মনত কৰে যাৰ কথা তেওঁ বেছিকৈ ভাৱে । নিচা কৰি কোনেও কোনেও অচিনাকি মানুহক ফোন বা মেচেজ নকৰে। যদি আপোনাক কোনোবাই নিচা কৰি কল কৰিছে তেন্তে তেওঁ আপোনাৰ কথা চিন্তা কৰে ভাল পাইয়ে হওঁক বা খঙতেই হওঁক।
6. The ask your friends about you
আমি যাকে ভাল পাওঁ বা আমি যাকে মিছ কৰোঁ আমি সদায় তেওঁৰ কথা জানিব বিচাৰো। যদি আপোনাক কোনোবাই মিছ কৰে তেওঁ আপোনাৰ কথা আমনৰ বন্ধু বা Mutual friend সকলক সুধিবই । আপুনি আজি কালি কি কৰি আছে আপোনাৰ লগত কেতিয়া কোনোবা আছে নে কি ? আদি কথা বোৰ শুধিবৈ ।
7. They encourage you
আমি জকেই ভাল পাওঁ আমি সদায় তেওঁৰ সফলতা বিচাৰো । আমি বিচাৰোঁ তেওঁ সদায় আগুৱাই যাওক। আপোনাক ভাল পোৱা বা মিছ কৰা জনেও আপোনাৰ বাবেই তাকেই বিচাৰিব । তেওঁ সদায় আপোনাক উৎসা আৰু সাহস দিয়াৰ চেষ্টা কৰিব।
8. They have started sharing a lot
যেতিয়া আমি কাৰোবাৰ লগত সময় কটাব বিচাৰো বা কাৰোবাৰ পোৱাৰ চেষ্টা কৰোঁ তেইয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হল তেওঁৰ বিশ্বাস হয় কৰা। বিশাল লোৱাৰ বাবে তেওঁ আপোনাৰ আগত নিজৰেই বহুতো কথা কোৱা আৰম্ভ কৰিব।
9. Tone change
যদি আপুনি জানিব বিচাৰে আপোনাৰ বাবে কোনোবাই এতিয়া কেনে ফিল কৰে তেতিয়া তেওঁৰ কথা কোৱা tone ৰ লক্ষ্য কৰিব। যিয়ে আপোনাক বিচাৰে বা আপোনাক মিছ কৰে তেওঁৰ কথা কোৱা ধাৰণ আনতকৈ আপোনাৰ ওচৰত বেলেগ হৈ যায়।
এই কেইটা signs ভিতৰত যদি কোনো এটা আপুনি লক্ষ্য কৰিছে তেতিয়া বুজিব যে তেওঁ আপোনাক like কৰে বা আপোনাক তেওঁ miss কৰে।
0 Comments